NKTV Plus
Sep 2026আমেৰিকাৰ হিউষ্টনত উদ্ভাসিত হ’ল অসমৰ কলা-সংস্কৃতি
আমেৰিকাৰ হিউষ্টনত উদ্ভাসিত হ’ল অসমৰ কলা-সংস্কৃতি। সত্ৰীয়া নৃত্য-সংগীতৰ যুগলবন্দীত সৃষ্টি হ’ল অনন্য পৰিৱেশ। প্ৰিয়দৰ্শিনী ইনমেনৰ নেতৃত্বত অসমৰ সংস্কৃতিৰ চৰ্চা নৱপ্ৰজন্মৰ। ‘অংগ মালা’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানে মুহিলে বহুজনক। পল্লবীতা ভূঞাৰ পৰিকল্পনাত সুন্দৰ উপস্থাপন অসমীয়া সংস্কৃতিৰ। দ্য হিন্দু টেম্পল অৱ দ্য উডলেণ্ডছৰ বেনাৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী।
Read more →
